Sunday 12 August 2012

আহ ওলাই আহ..............সজাগ জনতা

জুই পুৰিব আপোনাক
সৰ্তক থাকিব.....
এই জুই যি জুইত
দগ্ধ হব অসমীয়া জাতি
আমি ওলাই আহিবৰ হ’ল
হাত সাবটি বহি থাকিলে
জুইত জাহ যাব আপোনাৰ ঘৰ
শুৱনি আপোনাৰ গাও খন........
বড়োভূমিৰ জুই ছানি ধৰিছে আমাক....
আলফা,এন ডি.ফ.বি,ৰ আলোচনাৰ
অন্তত যেন জন্ম হব মৌলবাদী সংগঠন...
আমি ওলাই আহিব কিয় নোৱাৰো ?
ইমান এলেহুৱা আমি.......
লাজ লাগে নিজকে.....
দুনিন পিছত......
অসম হব বাংলাদেশ...
মন্ত্ৰী সকলে থাকিব বিদেশত...
আমাৰটো জুপুৰিটো বাদে একো নাই...
কেলকুলেছনত ব্যস্ত আমাৰ মন্ত্ৰী......
সিহতক চালে আমি হেৰুৱাব লাগিব
সপোনৰ ঘৰখন.....
না নকৰিব কোনোৱে.......
আহক ওলাই সংগ্ৰাম কৰো......
নহলে নিশেষ হম আমি...
প্লিজ ওলাই আহক...............না...
 
 
 উপস্থাপক--দীপ জৌতি শৰ্মা                                                                                           দিনাংক-১৩ আগস্ট

No comments:

Post a Comment