Tuesday 14 August 2012

বৰ্তমানৰ অসম

হিংসাৰ জুইয়ে কোঙা কৰিব
শান্তিৰ বাৰ্তা কেতিয়া আহিব.....
দুৰ্নীতি ভৰা অসমখন
অসম হৈ থাকিবনে...............
নিজৰ স্বাৰ্থৰ বাবে

আমি নিজৰ জাতিক বিক্ৰী কৰিছো
বাহিৰৰ ৰাজ্যত আমি
যেন বাংলাদেশী....
অশান্ত অসমৰ বাবে দায়ী কোন ?
আমিয়ে নহয় জানো....
নিজৰ মাতৃৰ পৰা
ঘোচ লয় আমাৰ অসমীয়াই
লাজ লাগে নিজক
অসমীয়া বুলি কবলৈ ........
আলফা,এন ডি এফ বি আদিৰ
লগত আলোচনা কৰিব....
তেতিয়াই গঢ়ি উঠিব.....
বাংলাদেশী সংগঠন,মৌলবাদী
২০১২ ত ধংস হবলৈ আৰু নাই
ধংস হৈছে মানবতা,আচৰন
আৰু বিবেক......................
প্লিজ অসম খন আৰু
এনে হব নিদিব......
দুদিন পাছত প্ৰতিবাদৰ অসম..
বুলি চিনাকী পাব...
ইমান দিনৰ পাছতো
কিয় শান্ত হোৱা নাই বড়োভূমি ?
আমৰ ঘৰও জ্ব্লিব এদিন
সতৰ্ক থাকিব আপুনি...........
আমাৰ মৰমৰ,ঐতিহ্য সংস্কৃতিৰ প্ৰতীক
সত্ৰবোৰক ও ভাবুকি দিব পৰা হ’ল ?
আমাৰ এতিয়া আছে কি?
লাস্টগেটত ধৰ্না দিও লাভ নাই........
মন্ত্ৰী থাকে কমিচনৰ অংকত
আমি নিজৰ চিনাকি নিজেই দিব লাগিব
সকলোৰে মাজৰ সম্বন্ধ হব লাগিব
         ”ভাইভাই”


উপস্থাপক-দীপ জৌতি শৰ্মা                                                     দিনাংক-১৫ আগস্ট

No comments:

Post a Comment