Tuesday 28 August 2012

এবাৰ ভালপাও বুলি কোৱা......

বিষাদ বেদনাই আজি
বুকুত খুন্দিয়াই
মৰমে কান্দিছে আজি
কাকো নাপায়.....
কম বুলি ভাবিও কব পৰা নাই
মোৰ মনৰ প্ৰেমৰ ভাষাবোৰ....
এই অচিন পৃথিবীত আমি
দুদিনৰ আলহী.......
সোৱৰনী হৈ থাকিব
সচা মৰম ভালপোৱা বোৰ........
তুমিতো নুবুজিবা...
মোৰ হৃদয়ৰ কাহিনী....
তোমাক সদায় ৰাখিম
হৃদয়ৰ এটি কোনত যতনে সাচিঁ.........
তুমি মোৰ হৃদয়ৰ....
ৰক্ত জবা চিঙি আনৰ হ‘লেও
মোৰ হৃদয়ৰ তুমি খৰিকাজাই.....
মোৰ মনত ভাব হয়
ভগৱানে কিজানি মোৰ
লগৰীয়া স্ৰজনে নকৰিলে.......
প্লিজ,,,মোৰ অকলসৰীয়া জীৱনৰ
দুদিনৰ সংগী হোৱা.......
প্লিজ...........................
এবাৰ ভালপাও বুলি কোৱা ||

No comments:

Post a Comment