পাই হেৰুৱাৰ বেদনা কিমান
মোক সুধিব নাপাহৰিব........
আত্মাৰ বেথা আৰু মনৰ অস্তিৰতা
জীৱন মৰূত ভ্ৰমি ফুৰা
প্ৰাপ্তিৰ হাবিয়াস......
দূখবোৰ ভগাই দিব পৰা হ‘লে..
জীৱনবোৰ জানো সুন্দৰ নহ‘লহেতেন...
বেদনা বোৰ অশ্ৰুৰে ধুব পৰা হ‘লে
হৃদয় বোৰ দেখোন
জুৰ পৰিলেহেতেন.....
পৃথিবীৰ মলিনতা.....
বৰষুণৰ পানীয়ে ধুব পাৰিলে.....
আত্মা আৰু মনৰ প্ৰশান্তি
সদায় দেখোন থাকিলে হেতেন.....
জীৱন জানো এনেকুৱাই......
দূখবোৰক সূখেৰে হৰণ কৰিলে
ভাগফল চোন
শূণ্য হয়....
জীৱনবোৰ জানো সুন্দৰ নহ‘লহেতেন...
বেদনা বোৰ অশ্ৰুৰে ধুব পৰা হ‘লে
হৃদয় বোৰ দেখোন জুৰ পৰিলেহেতেন.....
পৃথিবীৰ মলিনতা.....
বৰষুণৰ পানীয়ে ধুব পাৰিলে.....
আত্মা আৰু মনৰ প্ৰশান্তি
সদায় দেখোন থাকিলে হেতেন.....
জীৱন জানো এনেকুৱাই......
দূখবোৰক সূখেৰে হৰণ কৰিলে
ভাগফল চোন
শূণ্য হয়....
ভাল লাগিল পঢ়ি । । শেষৰ শাৰী দুটা অধিক ভাল লাগিল
ReplyDeleteসুন্দৰ
ReplyDeleteবহুক ভাল লাগিল
ReplyDeleteBohtval lagil dai kobita tu
ReplyDeleteধুনীয়া
ReplyDelete