Friday 10 August 2012

এবাৰ ভালপাও বুলি কোৱা................................

বৰষুনত তিতিব
মোৰও মন আছে
তাইৰ সতে..................
প্ৰেমিক বন্ধু সকলে জানে
ইয়াৰ আমেজ..........
তাইৰ খিলখিলা হাহি.....
কাজল সনা দুচকুৰ চৱনি......য়ে
মোক বধ্য কৰাইছিল..........
মোৰ মনত জাগি উঠিছিল
প্ৰেমৰ মনোৰম ভাষাবোৰ........
তাইৰ হাহিয়ে মোক
লিখিবলৈ বাধ্য কৰিছিল
প্ৰেমৰ এপ্লিকেচন বোৰ............
কিন্তু মই নিৰৱ,
আই লাভ ইউ
বুলি তাইক কব পৰা নাই.......
কোন তাই..............................
...............তাই....
টিহু কলেজৰ...
প্ৰা্নীবিভাগৰ ছাত্ৰী............
আৰে প্ৰভূ সহায় কৰা
আমিহে কাৰো কেলকুলেচনত নাহু.......
প্ৰেমত পৰিব আমাৰো মন আছে
মন আছে পাৰ্কত বহি
তাইৰ সতে কফি খাব......
ভালপাও বুলি কলে
কি কব তাই হয়................নহয়
আৰে নহয় বুলি নকবি হা......
পাই যাব পাৰা
এক অন্য মজা.............
প্লিজ এবাৰ ভালপাও বুলি........................
......কোৱানা,,
 
 
উপস্থাপন-দীপজৌতি শৰ্মা                                                                  দিনাংক-১০ আগস্ট 

No comments:

Post a Comment