Friday 10 August 2012

আজিৰ অসম.....................

পশ্চিম আকাশ ৰঙচুৱা কৰি বিদায় মাগিলে দিনটো
বেলিটোৰ মূখত ভাহি উঠিল
হিংসা জৰ্জৰ অসমৰ ছবি
শান্ত হব নে অসম.........
হিংসাৰ জুই অকল বড়োভূমিত নহয়
সমগ্ৰ অসমতে জ্জ্বলিছে
মূল্য বৃদ্ধিৰ জুই.........
আলুটো কিনিব পাৰিয়ে
ভাতকেৰেলা কোনে কিনিব.......
এদিন লঘোন দিলেও বহুত
বাছে পইছা.................
দূখীয়া বোৰৰ বাবে
উপবাসে হৈছে খাদ্য........
ৰিণি ৰিণি ভাহি আহে
ভোকাতুৰ শিশুৰ কান্দোনবোৰ.............
 
উপস্থাপন- দীপজৌতি শৰ্মা                                                    দিনাংক-১০ আগস্ট

No comments:

Post a Comment