Tuesday 28 August 2012

কেতিয়া শান্ত হব অসম

কিছুদিনৰ বাবে শান্ত বড়োভূমি
এতিয়া আৰু উত্ত্প্ত.........
আৰু কিমান দিন জ্জ্ব্লিব........
অসমৰ গৃহ বিভাগ
আছেনে জীবিত......
সোনৰ অসম এতিয়া....
ছাইৰ অসম বুলি পৰিচয় পাব...
এদিন-দুদিন পিছত আমাৰ
ঘৰও জ্জ্ব্লিব........
নিজৰ মাজতে কাজিয়াত
ব্যস্ত আমাৰ সংগঠনবোৰ.....
তেওঁলোকৰ মুখত এটাই শব্দ
“অসম বন্ধ“
সিহতে নাভাবে জনসাধৰনৰ কথা
সিহতৰ শক্তি প্ৰদৰ্শনৰ বাবে
অসম বন্ধ
ৰাজপথত টায়াৰ জ্জ্বলোৱাৰ বাবে
সিহতক লাগে সুকীয়া দিন.......
আৰে বন্ধ দিলে কি লাভ হব....
হিংসাৰ জুই সমগ্ৰ
অসমতে বিয়পিব......
টিভিত নিউজ চাই ঘৰত
বহি থাকিলে........
হিংসাবোৰৰ জানো সমাপ্তি হব..
হিংসাত জৰিত থকা শক্তিবোৰ আমি
উলিয়াই আনিব লাগিব.....
আৰু সকলোৰে মাজৰ সম্বন্ধ হ‘ব লাগিব

“ভাইভাই“

No comments:

Post a Comment