Tuesday 22 January 2013

প্ৰেম,তুমি আহিবা

প্ৰেম,তুমি আহিবা

প্ৰেম,তোমাক বিছাৰি
ভাগৰি পৰিছো
তুমি ইমান দুৰ্লভ
কেতিয়াৰ পৰা হ‘লা
মোক এবাৰ
দেখা কৰা
তোমাৰ সেই
নীলা চেহেৰাটি
মাএ,এবাৰ
তুমি বোলে বৰ্তমান
যৌৱনৰ বুকুত
মই জানো
তুমি আহিবা এদিন
মোৰ সেউজীয়া বুকুত
তোমাৰ ছবি আকিবলে
আহিবা কিন্তু
সময় হ‘লে..
২০/১/১৩


উপস্থাপক- দীপজ্যৌতি শৰ্মা

No comments:

Post a Comment