Thursday 7 February 2013

তুমি অনলাইন হবা বুলিয়ে

মই ভ্ৰমী ফুৰিছো
ফেচবুকৰ বাকৰিত
তোমৰ হৃদয়,
তুমি অনলাইন হবা বুলিয়ে
২৪ ঘন্টা ফেচবুকত
তোমাৰ অপেক্ষাত
তুমি অনলাইন হ‘লে
মোৰ মনত ফুলি উঠে
এপাহ ৰঙা গোলাপ
কিন্ত,হঠাত্‍ মৰহী যায়
তুমি কথা নাপাতিলে
প্লিজ,তুমি এবাৰ কথা
পাতি চোৱা মোৰ
সেউজীয়া হৃদয়ৰ লগত
তোমাক লগ পাওঁ
সদায় আবেলি
তথাপিওঁ কব পৰা
নাই তোমাক
মোৰ হৃদয়ৰ কা্হিনী
সেয়ে,সদায় ফেচবুকত
মোৰ বুকুৰ কথা কবলৈ
তোমাৰ অপেক্ষাত
মাত্ৰ এবাৰ সহাৰি জনোৱা
মাত্ৰ এবাৰ |
তুমি অনলাইন হবানে ?

No comments:

Post a Comment