Thursday 7 February 2013

মিছকল

মাথো,এটা মিছকল
এই মিছকলৰ বাবেই
তোমাৰ ইমান আবেগ
কিয় বাৰু ?
এই মিছকলটিত এ
জৰিত আছে
তোমাৰ ৰঙীন জীৱনৰ সপোন
মিছকল মাথো এটা মিছকল
তুমি কি
মিছকলেৰেই লিখিছা
ভালপোৱাৰ বুৰঞ্জী,
ধন্য তোমাৰ প্ৰেম
ধন্য,তোমাৰ ভালপোৱা
মিছকল,য‘ত তোমাৰ
দেহৰ প্ৰতিটো ভাজৰ
শিহৰণ সংযুক্ত হৈ থাকে ||
উপস্থাপক- দীপজ্যৌতি শৰ্মা

No comments:

Post a Comment