এবাৰ চুই দিয়া মোক
এবাৰ চুই দিয়া
লাজুকীলতাৰ দৰে জইঁ পৰি যাওঁ
এবাৰ চুই দিয়া
বৰফৰ বুকুৰে নৈ হৈ বও
এবাৰ চুই দিয়া মোক
কপাহৰ গুটি এটা হৈ গজি উঠোঁ
তোমাৰ বুকুত
তুমি এবাৰ চুই দিয়া মোক।
উপস্থাপন--দীপজৌতি শৰ্মা |
দিনাংক --২০ জুলাই
এবাৰ চুই দিয়া
লাজুকীলতাৰ দৰে জইঁ পৰি যাওঁ
এবাৰ চুই দিয়া
বৰফৰ বুকুৰে নৈ হৈ বও
এবাৰ চুই দিয়া মোক
কপাহৰ গুটি এটা হৈ গজি উঠোঁ
তোমাৰ বুকুত
তুমি এবাৰ চুই দিয়া মোক।
উপস্থাপন--দীপজৌতি শৰ্মা |
দিনাংক --২০ জুলাই
No comments:
Post a Comment