..........................................বৰষুণ.................................................
কলিয়া মেঘৰ গোজৰনিত
পৃথিবীলৈ নামি আহে,
এক মুকুতা
যাৰ নাম
বৰষুন...............................
এক আবেগিক মূহুৰ্ত
মোৰ ওচৰলৈ কোনোবাই যদি
বৰষুণৰ সজ্ঞা বিচাৰি আহে....
মই এওঁলোকৰ কথা নকও
যি সকলে টিংৰ তলত বহি
বৰষুণৰ আনন্দ উপ্ভোগ কৰে
মই কম এওঁলোকৰ কথা
যি সকলে বৰষুণৰ বাবে
পাৰ কৰিব লাগে
নিদ্রাহীন ৰাতি
এওঁলোকৰ বাবে জোনাকে সুখ
জোনাকত সপোন সাজে এওঁলোকে
যাৰ ঘৰৰ পৰা দেখা পায়\
জোনবাইৰ ধূনীয়া হাহি
আৰু আকাশত থকা জ্ব্লি থ্কা
মমবাতি বোৰ..........................................|
উপস্থাপক---দীপজৌতি শৰ্মা দিনাংক-২১ জুলাই
কলিয়া মেঘৰ গোজৰনিত
পৃথিবীলৈ নামি আহে,
এক মুকুতা
যাৰ নাম
বৰষুন...............................
এক আবেগিক মূহুৰ্ত
মোৰ ওচৰলৈ কোনোবাই যদি
বৰষুণৰ সজ্ঞা বিচাৰি আহে....
মই এওঁলোকৰ কথা নকও
যি সকলে টিংৰ তলত বহি
বৰষুণৰ আনন্দ উপ্ভোগ কৰে
মই কম এওঁলোকৰ কথা
যি সকলে বৰষুণৰ বাবে
পাৰ কৰিব লাগে
নিদ্রাহীন ৰাতি
এওঁলোকৰ বাবে জোনাকে সুখ
জোনাকত সপোন সাজে এওঁলোকে
যাৰ ঘৰৰ পৰা দেখা পায়\
জোনবাইৰ ধূনীয়া হাহি
আৰু আকাশত থকা জ্ব্লি থ্কা
মমবাতি বোৰ..........................................|
উপস্থাপক---দীপজৌতি শৰ্মা দিনাংক-২১ জুলাই
No comments:
Post a Comment