................................................... ফেচবুক.........................................................................
ৰাতিপুৱাৰ ফেচবুক
একাপ চাহ আৰু মই..............................
মাজে মাজে বৰষুণ............
বা, কিযে মজা
ফেচবুক য'ত অমৃতৰসন্ধান
প্ৰান পাই উঠে
মন.............................................
মনত পৰে তাহানিৰ কথা
চিঠিৰ ভাষাবোৰ......
অসমীয়া ইংৰাজীৰ মিশ্রিত ভাষাৰে
প্রাণ হৈ উঠে অসমীয়াৰ
যুবপ্রজন্মৰ ই কলিজা
ই অবিহনে যেন পৰিচয় নাই
যুবকসকলৰ.........
ফেবুকত অসমীয়া ভাষা
ইংৰাজী ৰুপে লিখা টো
এটা শৈলী নেকি...........................।।
ফেচবুক ইমান সোনকলে তুমি আপোন হ’লা ||||||
উপস্থাপক--দীপজৌতি শৰ্মা দিনাংক-২২ জুলাই
ৰাতিপুৱাৰ ফেচবুক
একাপ চাহ আৰু মই..............................
মাজে মাজে বৰষুণ............
বা, কিযে মজা
ফেচবুক য'ত অমৃতৰসন্ধান
প্ৰান পাই উঠে
মন.............................................
মনত পৰে তাহানিৰ কথা
চিঠিৰ ভাষাবোৰ......
অসমীয়া ইংৰাজীৰ মিশ্রিত ভাষাৰে
প্রাণ হৈ উঠে অসমীয়াৰ
যুবপ্রজন্মৰ ই কলিজা
ই অবিহনে যেন পৰিচয় নাই
যুবকসকলৰ.........
ফেবুকত অসমীয়া ভাষা
ইংৰাজী ৰুপে লিখা টো
এটা শৈলী নেকি...........................।।
ফেচবুক ইমান সোনকলে তুমি আপোন হ’লা ||||||
উপস্থাপক--দীপজৌতি শৰ্মা দিনাংক-২২ জুলাই
No comments:
Post a Comment