এখন উকা কাগজত
শব্দৰ মায়াজাল
ৰচা তুমিয়ে...............
তুমি,সচাকে মোক বাধ্য
কৰাইচা শব্দৰ
কোলাত মুৰ থৈ
যেন মই পাৰ কৰো
মোৰ ভাগৰুৱা সময়.................
তোমাৰ গৰ্ভৰ পৰাই
নিগৰি আহে
শব্দৰ ৰামধেনু........,
ডেকা,বুঢ়া সকলোৰে
হাতত তুমি..........
সকলোৰে মন ৰঙীন
কৰিবলৈ লেখনিৰ
জন্ম দিয়া তুমিয়ে.........
তোমাক হাতত লৈয়ে
ডিগ্ৰী লয়..............
জীৱনৰ সফলতাৰ
গৰাকীওঁ তুমিয়ে...
সচাকে তুমি ইমান
মহান.......................................|
উপস্থাপক-দীপজৌতি শৰ্মা দিনাংক-৮ আগস্ট
শব্দৰ মায়াজাল
ৰচা তুমিয়ে...............
তুমি,সচাকে মোক বাধ্য
কৰাইচা শব্দৰ
কোলাত মুৰ থৈ
যেন মই পাৰ কৰো
মোৰ ভাগৰুৱা সময়.................
তোমাৰ গৰ্ভৰ পৰাই
নিগৰি আহে
শব্দৰ ৰামধেনু........,
ডেকা,বুঢ়া সকলোৰে
হাতত তুমি..........
সকলোৰে মন ৰঙীন
কৰিবলৈ লেখনিৰ
জন্ম দিয়া তুমিয়ে.........
তোমাক হাতত লৈয়ে
ডিগ্ৰী লয়..............
জীৱনৰ সফলতাৰ
গৰাকীওঁ তুমিয়ে...
সচাকে তুমি ইমান
মহান.......................................|
উপস্থাপক-দীপজৌতি শৰ্মা দিনাংক-৮ আগস্ট
No comments:
Post a Comment