মোৰ বন্ধুজন আজি নাই
আজি লগ কৰিব গৈ
গম পালো সি আৰু নাই............
মোৰ বন্ধু সেই
স্কুলৰ সন্মূখত থকা
কৃষ্ণচুড়া জোপা
তাৰ সৈতে মই কথাপাতো
সুখ-দূখৰ....................
অতীতৰ স্কুলৰ স্মৃতি
সিয়ে দিয়ে মোক সোৱৰাই
তাৰ কিৰিলি কথাতে
পাৰ হৈছিল মোৰ শৈশৱ....
কিন্তু আজি তাৰ.....................................
বিকট চিঞৰ সেই
কাঠফলা মিলত.........................
উপস্থাপক-দীপজৌতি শৰ্মা দিনাংক-১ আগস্ট
আজি লগ কৰিব গৈ
গম পালো সি আৰু নাই............
মোৰ বন্ধু সেই
স্কুলৰ সন্মূখত থকা
কৃষ্ণচুড়া জোপা
তাৰ সৈতে মই কথাপাতো
সুখ-দূখৰ....................
অতীতৰ স্কুলৰ স্মৃতি
সিয়ে দিয়ে মোক সোৱৰাই
তাৰ কিৰিলি কথাতে
পাৰ হৈছিল মোৰ শৈশৱ....
কিন্তু আজি তাৰ.....................................
বিকট চিঞৰ সেই
কাঠফলা মিলত.........................
উপস্থাপক-দীপজৌতি শৰ্মা দিনাংক-১ আগস্ট
No comments:
Post a Comment