Tuesday, 11 September 2012

“““““‘মা““““

“““““‘মা““““‘

নিৰৱ নিশাটোৱে
আজি মোক কন্দুৱাই.....
তোমাৰ কথা কৈ
তোমাৰ নিচুকনি গীত
বুকুৰ উমেৰে........
পাৰ হৈছিল শৈশৱ....
কিন্তু, এতিয়া ক‘ত.............. তুমি
মই তোমাক প্ৰতিশ্ৰুতি দিছিলো

জীৱন গঢ়িম বুলি...
এদিন মই সুখৰ ঘৰ গঢ়িম বুলি
মইতো অইনৰ দৰে নহয়
মোৰ প্ৰেয়সীক পালে
মই তোমাক পাহৰিম....
যি সকলে পাহৰে
তেওঁলোক মোৰ চকুত......
মানুহৰ মুখা পিন্ধা জন্তু
নিজৰ মনৰ মানুহ জনীক পাই
পাহৰি যায়...........মাকক
তেওঁলোকে নুবুজে মাতৃৰ দুখ...
দহ মাহ দহ দিন
নিজ গৰ্ভত ৰাখি...
নিজে দুখত থাকি....
জন্ম দিয়া........................মাকক
তেওঁলোকক মানুহ বুলি কবলৈ
ধিক্কাৰ লাগে,................
কিয়,কিয় পাহৰি যায় মাতৃক ?
PLZ পাহৰি যোৱা মাতৃক
আকোৱালি লোৱা....
এবাৰ “মা“ বুলি মাতা......
“মা“
কি সুন্দৰ শব্দ............

No comments:

Post a Comment